Ko Mp3 Song Download Achurjya Borpatra
Latest Ko Mp3 Song Download By Achurjya Borpatra In 320Kbps Only on Pagalworld4u. Download Love Songs 2022 Of Achurjya Borpatra. Best 2022 Song Ko Singer is Achurjya Borpatra , Lyrics Written By Sunit Gogoi and Music by Bijoy Sankar Composed.

Ko Video Song

Ko Mp3 Song Download And Listen Online
Download Here
Ko Song Info
Singer | Achurjya Borpatra |
---|---|
Music Composer | Bijoy Sankar |
Lyricist | Sunit Gogoi |
Released On | Oct-24-2022 |
Ko Song Lyrics
ঐ, ভাল পালে নহ'ব ন!
ঐ, মৰম দিব লাগিবই ন!
মই কিন্তু অজলা, তোৰে প্ৰেমত পগলা
একোকে নাজানো, ক
এ মইনা, এনেকৈ নহ'ব ন!
বাৰু কেনেকৈ লাগিব ক!
এ, মৰমৰে টোপোলা খুলি দিওঁ এতিয়া
যেনেকৈ লাগে তোক ল
এ বোলে চকু লাল
ঐ, এ বোলে বুকু খাল
ঐ, এ বোলে লক্ষণো ভাল
ঐ, এ বোলে দেখাতো ভাল
এ খুলি ক কথাটি সঁচাকে', মইনাটি
মোৰে তই হ'বি ন!
হয়নে ক! এ কথাটি ক!
হয়নে ক! এ হ'বিনে ক!
হয়নে ক! এ সঁচাকে' কচোন তই, ক
উঠামে তোকে মই ৰাতা-ৰাতি
বাৰটাত কাটা-কাটি
ওলাব পাৰিবিনে তই?
জান, ঐ
কেতিয়াবা বেজাৰত মোৰ টোপনি নাহিলে
জান, তোৰ কাষলৈ মই গুচি যাম
তোৰে কোলাতে গৈ টোপনি যাম
জান, পাওঁ যদি তোক সপোনত
মই কথা হ'ম দেই নিজানত!
গৈ চুমা দিম তোক দুগালত
মই দুবাহুতে ওমলাই চাম
ঐ, এ বোলে চকু লাল
ঐ, এ বোলে বুকু খাল
ঐ, এ বোলে লক্ষণো ভাল
ঐ, এ বোলে দেখাতো ভাল
ঐ, খুলি ক কথাটি সঁচাকে', মইনাটি
মোৰে তই হ'বি ন!
হয়নে ক! এ কথাটি ক!
হয়নে ক! এ হ'বিনে ক!
হয়নে ক! এ সঁচাকে' কচোন তই, ক
অৰ্জুন গছৰ
অৰ্জুন গছৰ কুঁহিপাত
বিনা মেঘে বজ্ৰপাত
অ', বিনা মেঘে বজ্ৰপাত
এ, চকুলৈ চাই লাহেকৈ তই বাৰুকৈ দিলি এচাট
কলিজাৰে
কলিজাৰে কেঁচা ঘাট
তোৰে কোমল মিঠা মাত
তোৰে কোমল মিঠা মাত
বুলাবলে' আহিবানে তোৰেনো দুহাত?
ঐ, এ বোলে চকু লাল
ঐ, এ বোলে বুকু খাল
ঐ, এ বোলে লক্ষণো ভাল
ঐ, এ বোলে দেখাতো ভাল
ঐ, খুলি ক কথাটি সঁচাকে', মইনাটি
মোৰে তই হ'বি ন!
হয়নে ক! এ কথাটি ক!
হয়নে ক! এ হ'বিনে ক!
হয়নে ক! এ সঁচাকে' কচোন তই, ক
হয়নে ক! এ কথাটি ক!
হয়নে ক! এ হ'বিনে ক!
হয়নে ক! এ সঁচাকে' কচোন তই, ক